আমাৰ গাঁও | class 3 assamese chapter 1 question answer | class 3 assamese lesson 1 question answer | Polakh Changmai
আমাৰ গাঁও | class 3 assamese chapter 1 question answer | class 3 assamese lesson 1 question answer | Polakh Changmai
পাঠ ১ : আমাৰ গাওঁ-
১/কওঁ অহা
ক) পদূলিমুখত কি ফুল ফুলে?
উত্তৰ- পদূলিমুখত গধূলিগোপাল ফুল ফুলে।
খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?
উত্তৰ- গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।
গ) পথাৰ খন দেখিবলৈ কেনেকুৱা?
উত্তৰ- পথাৰ খন দেখিবলৈ সোণালী।
ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?
উত্তৰ- গাঁৱৰ ৰাইজে মিলিজুলি পাতে মৰমৰ হাট।
ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?
উত্তৰ- বাৰী, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ৰচকী পখিলা,গৰু-গাই,নদী, নামঘৰ, ফুল আদি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে।
চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?
উত্তৰ- পদ্যটিত একেটি থুপিৰে ফুল বুলি পদুমী, কদমী, মেলিনা, ছখিনা আদি ফুলক কোৱা হৈছে।
২/ 'আমাৰ গাওঁ' পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰ- নিজে কৰিবা।
৩/ পদ্যটি পঢ়ি বুজি নোপোৱা শব্দ বোৰ চিনাক্ত কৰা। সেইবোৰৰ অর্থ দলত আলোচনা কৰি লিখা।
উত্তৰ- নিজে কৰিবা।
৪/ লিখা।
ক) পদ্যটোত থকা মানুহৰ নাম।
উত্তৰ- ৰহিম, মহিম আৰু দুল।
খ/ পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম।
উত্তৰ- ঘৰ, বাৰী, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ৰচকী পখিলা, গৰু-গাই, নদী, নামঘৰ, ফুল আদি
গ) পদ্যটোত বিচাৰি উলিয়াই লিখা।
'ৰ' আখৰটো প্ৰথমতে থকা শব্দ------ ৰাজহাঁহ, ৰহিম, ৰচকী
'ৰ' আখৰটো মাজত থকা শব্দ------ বাৰীখন, চৰাই, মৰমৰ
'ৰ' আখৰটো শেষত থকা শব্দ------ পথাৰ, গাঁৱৰ, আমাৰ, গৰু-গাইবোৰ, নামঘৰ, মুখৰ।
৫/ তলৰ -কাৰ (স্বৰ) চিহ্নযুক্ত বর্ণকেইটাৰ ৰূপ সলনি কৰি দুটা কৈ শব্দ গঠন কৰা।
উত্তৰ-
শু=> শিশু, শুৱনি
ৰু=> গৰু, সৰু
ৰূপ=> ৰূপ, ৰূপালী
সু=> আহুতি, বিহু
গু=> গুৰি, গুৰু
৬/ তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা
মনোহৰ =⟩
ফুলবোৰ দেখিবলৈ মনোহৰ।
দূৰৈই পাহাৰ দেখিবলৈ মনোহৰ।
ৰচকী=⟩
মণি এজনি ৰচকী ছোৱালী।
পখিলা বোৰ বৰ ৰচকী।
মিলিজুলি=⟩
আমি মিলিজুলি থাকিব লাগে।
মিলিজুলি থাকিলে সকলো কাম কৰিব পাৰি।
৭/ তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা
সৰু নামঘৰ- বৰ নামঘৰ
ভৰা বাৰীখনি- উদং বাৰীখনি
পকা ধান- কেঁচা ধান
তলেদি বাট- ওপৰেদি বাটপাঠ ১ : আমাৰ গাওঁ-

তলেদি বাট- ওপৰেদি বাট
WATCH ME ON YOUTUBE - https://www.youtube.com/channel/UCXJCjidp_leTfh2fpdMFcHw
CLASS 3 ASSAMESE Q&A LINK :
Comments
Post a Comment