ময়ূৰ পখীৰ জন্মৰ কাহিনী Class is 3 Assamese Chapter 6 Question Answer | Class 3 Assamese book ankuran question answer lesson 6
ময়ূৰ পখীৰ জন্মৰ কাহিনী Class is 3 Assamese Chapter 6 Question Answer | Class 3 Assamese book ankuran question answer lesson 6 পাঠ নং ৬ ময়ূৰ পক্ষীৰ জন্ম কাহিনী ১/ উত্তৰ দিয়া। ক) স্বৰ্গৰ ৰজাজনৰ নাম কি? উত্তৰ= স্বৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ। খ) তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম কি? উত্তৰ= তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই। গ) দেৱকন্যাই মর্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? উত্তৰ= দেৱকন্যাই মর্ত্যলৈ যাওঁতে লগত এখন তাঁত-শাল লৈ গৈছিল। ঘ) দেৱকন্যাই তাঁত-শাল খন কিয় নিছিল? উত্তৰ= দেৱকন্যাই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবলৈ তাঁত-শালখন নিছিল। ২) উত্তৰ লিখা। ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? উত্তৰ= দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল? উত্তৰ= তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰি কটাইছিল। গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল? উত্তৰ= দেৱকন্যাক লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্যই আমুৱালে আৰু পু...